dcsimg

বনগুটি ( الأسامية )

المقدمة من wikipedia emerging languages

বনগুটি (বৈজ্ঞানিক নাম: Chrysopogon aciculatus) (syn. Andropogon aciculatus) এবিধ বহল পতীয়া ঘাঁহজাতীয় উদ্ভিদ৷ এই ঘাঁহক ইংৰাজীত amorseco (Spanish, "dry love"), lesser spear grass, Mackie's pest, pilipiliula, grama-amorosa আদি নামেৰে জনা যায়৷[1]

বিস্তৃতি

বনগুটি এছিয়া, পলিনেছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা ঘাঁহ৷ বহুতো ঠাইত এই ঘাঁহক আগ্ৰাসী উদ্ভিদ (invasive species) হিচাপে গণ্য কৰা হয়৷

বিৱৰণ

বনগুটিৰ পাতবোৰ বহল আৰু সেউজীয়া৷ পাতৰ আকৃতি দীঘল চানেকীয়াকৈ আগফালে ক্ৰমান্বয়ে সৰু হয়৷ ইয়াৰ দীঘল দীঘল ঠাৰিবোৰৰ আগত ফুল ধৰে৷ ফুলৰ পৰা ক্ষুদ্ৰ আকাৰৰ ধানৰ দৰে গুটি ধৰে৷ এই গুটিকে বনগুটি বুলি কোৱা হয়৷ এই বনগুটিবোৰ মানুহৰ কাপোৰত লাগি ধৰে৷[2]

বনগুটি ঘন ঘনকৈ সমানভাৱে উৎপত্তি হৈ দলিছাৰ দৰে বিয়পি পৰা দেখা যায়৷[2]

 src=
at Peradeniya Royal Botanical Garden

তথ্যউৎস

  1. 2.0 2.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages

বনগুটি: Brief Summary ( الأسامية )

المقدمة من wikipedia emerging languages

বনগুটি (বৈজ্ঞানিক নাম: Chrysopogon aciculatus) (syn. Andropogon aciculatus) এবিধ বহল পতীয়া ঘাঁহজাতীয় উদ্ভিদ৷ এই ঘাঁহক ইংৰাজীত amorseco (Spanish, "dry love"), lesser spear grass, Mackie's pest, pilipiliula, grama-amorosa আদি নামেৰে জনা যায়৷

ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages